Bookmark now @ Mp3Plus.in
SpicySong.Com (High Speed Download)
A to Z Assamese Mp3 Songs

Share your messege & No Spam!

*Note : Please post only Message and SMS in Assamese language.And don't post any contact information, like phone number, Email etc.
Your Name:

Messege:

*By clicking "Submit" bottom you will agree with our terms & condition

MH 

MH


(13-10-17) 22:56 PM
like 121
SPAM message blocked!

like Like |spamReport


Etu 

Etu


(03-10-17) 17:24 PM
like 812
এনে কোনো ব্যক্তিকে পৰ নকৰিবা যি তোমাৰ কথা ভাবি তোমাক ভালপায় তোমাৰ বাবে কাঁন্দে । আৰু যদি পৰ কৰা তেন্তে এদিন বুজিবা তুমি তৰা গণিবলৈ গৈ জোনক হেৰুৱালা।

like Like |spamReport


Nur Amin 

Nur Amin


(01-10-17) 18:58 PM
like 403
অনুভৱৰ সতে এদিন অনুভৱ ! তোমাক এবাৰ চুই চাব পৰা হ'লে … তোমাক মই খুব ভাল পাও !! খাওঁতে, শোওঁতে, উঠোতে, বহোতে… কিয় জানোঁ ! তোমাকেই হৃদয়ত ৰাখোঁ ! পিছে… … মই কোন জানা জানোঁ ? পাহৰিলা চাগৈ ৷ তোমাৰ আজন্ম প্ৰেয়সী …"কল্পনা "…৷ মনত পৰেনে অনুভৱ ? শৈশৱত ধূলিৰে ওমলাৰ কথা …… স্কুললৈ যাওঁতে বাটত জলফাই, অমৰা বোটলাৰ কথা……?! কিয় পাহৰিলা… আবেলি পৰত যে চোতালৰ আগৰ বকুলজোপাৰ তলত বহি খেলিছিলোঁ !! তুমি সকলো পাহৰিলেও মোক কিন্ত্তু পাহৰি নাযাবা …!! মই তোমাৰ সতে জীয়াই থাকিম অনুভৱ …!! তুমি মোৰ হৃদয়ৰ নিবিড় অনুভৱ …!!

like Like |spamReport


Nur Amin 

Nur Amin


(30-09-17) 12:31 PM
like 148
I love you
My dear Sweet Heart

like Like |spamReport


Nur Amin 

Nur Amin


(30-09-17) 12:27 PM
like 352
সৃষ্টি কৰ্তাৰ সৃষ্টি তুমি | সেয়েই চাগে তুমি ধুনীয়া | তোমাৰ নামত সদায় বৈ যায় মৰমৰ টুকুৰা | খিলখিলাই হাঁহি লে তোমাক বৰ ভাল লাগিল হেতেন | এবাৰ হাহিবা না খিল খিলাই | নীৰব হৈ পৰিৱ তোমাৰ হাঁহি ত সকলো | মগ্ন হৈ চাই থাকিৱ তোমাক ভাল পোৱা সকলে | আচলতে তুমি এক হাঁহি ৰ মহাৰানী | নিসংগতাক তুমি সংগী নকৰিবা | সংগী কৰিবা নিজৰ মৰম লগা হাঁহি তোক | চিনাকি চিনাকী লগা আকাশখনকো তেতিয়া আপোন আপোন লাগিৱ তোমাৰ | হাতৰ মুঠিত তোমাৰ মৰমৰ আকাশ খনক পালে তেতিয়াটো আৰু কথাই নাই | জোনাকে নাচিৱ তোমাৰ হাতত | আহ কি মজা লাগিৱ ন' | হাঁহি বা তুমি খিলখিলাই | সৃষ্টি কৰ্তায়ো মনেত হাহিৱ তেতিয়া এয়া মোৰেই সৃষ্টি বুলি |

like Like |spamReport


Nur Amin 

Nur Amin


(30-09-17) 12:25 PM
like 102
জোনবাই মোৰ কাহানিবাই হেৰাল... এতিয়া আৰু জোনাক বিচাৰি নুফুৰো দে...! নেদেখো সপোন কাহানিও তৰাৰ দেশৰ পৰী....! কিয় জানো এনে ভাৱ হয়... জোনৰ বুকুত শুলে আন্ধাৰ নামে.. আকাশ চাব খুজিলে ডাৱৰ ভাহে... সপোন দেখিলেই দিঠক নামে... ভালপাওঁ বাবেই বিষাদ বিষাদ লাগে...! Nur Amin

like Like |spamReport


babu 

babu


(29-09-17) 19:24 PM
like 228
I I love you


like Like |spamReport


aakash das 

aakash das


(14-09-17) 19:36 PM
like 117
love

like Like |spamReport


Purnamal Patar  

Purnamal Patar


(26-08-17) 02:16 AM
like 193
I love you

like Like |spamReport


jatin konwar 

jatin konwar


(20-08-17) 17:59 PM
like 438
Friendship

like Like |spamReport


Gautam Barman 

Gautam Barman


(18-08-17) 13:24 PM
like 195
Ajoni Suwalir Chatito Beya Huwat Mestri Atar Osort Gol,mestri A Kole Oporor Kapor Khulibo Lagibo Vitort Danda Vorabo Lagibo Kowat Suwali joniye Kole Jeneke Kore Korok Vitorot Pani Poribo Nalagibo.....

like Like |spamReport


Nur Amin 

Nur Amin


(13-08-17) 00:06 AM
like 384
জানানে মই আজিকালি সেই সপোনবোৰক ঘৃনা কৰো ৷ যিবোৰক দেখি তোমাৰ পৰা বহু কিবা কিবিয়েই বিচাৰিছিলো ............. আজি মই ঢুকি নোপোৱা দুৰত্বলৈ ক্ৰমশ আগবাঢি গৈ আছা তুমি ৷ আৰু মই খান্দি আছো নিজৰেই কবৰ ..........সেই সপোনবোৰৰ বাবে , সেই ভালপোৱাখিনি ৰ বাবে ৷

like Like |spamReport


Nur Amin 

Nur Amin


(13-08-17) 00:05 AM
like 214
মোৰ মনত আছে সেই দিনবোৰ যেতিয়া তুমি মোক লগ পাবলৈ বহু কেইতা অজুহাত দেখুৱাইছিলা ৷ সেই সময়ত তুমি মোক লগ পাবলৈ যেন প্ৰতিজ্ঞাবদ্ধ আছিলা ৷ আৰু আজিৰ দিনবোৰত মই লগ পাব বিচাৰিলে তুমি লগ কৰিব নোৱাৰাৰ বহু অজুহাত দেখুৱাই থাকা . .... সময়বোৰ সলনি হৈ যোৱা নাইনে বাৰু ৷ সমযৰ লগে লগে আমাৰ ভালপোৱাবোৰ বেয়া পোৱালৈ পৰিবৰ্তন হোৱা নাইনে?........... এদিন তুমি সচাকৈয়ে হেৰাই যাবা .. তেতিয়া মই কত বিচাৰি পাম তোমাক ... কত বিচাৰি পাম??

like Like |spamReport


NABA ... kaki 

NABA ... kaki


(12-08-17) 11:04 AM
like 631
Hi dost

like Like |spamReport


Gautam Barman 

Gautam Barman


(01-08-17) 11:40 AM
like 296
SPAM message blocked!

like Like |spamReport


Gautam 

Gautam


(01-08-17) 11:27 AM
like 420
Bhalpuwa hol hopunr ata thikona.... jar khoj photo hohoj kintu sothik mobile man photo kothin... bhalpuwa hokolowe pabo pare, kintu bhalpuwa hokolowe bujibo noware.....

like Like |spamReport


Bc 

Bc


(31-07-17) 21:44 PM
like 319
Hi ,dosti

like Like |spamReport


Gautam 

Gautam


(30-07-17) 17:31 PM
like 474
Dub gole panir dosh, ujuti khale silgutir dosh,manuhe ako koribo noware saiya bhaigyar dosh.

like Like |spamReport


MANTU KR.BORDOLOI MEDHIGAON.CHARAIBAHI 

MANTU KR.BORDOLOI MEDHIGAON.CHARAIBAHI


(29-07-17) 01:00 AM
like 334
সঁচাকৈ অ জাঁন তুমাৰ অবিহনে এতিয়াওঁ তুপনি অহাই নাই অ । সকলো উকা উকা অনুভৱ হৈ আছেঅ । ইয়াকে চাগে মৰমBULE

like Like |spamReport


মন্টু ভিচিদি চৰাইবাহী মেধিগাওঁ মৰিগাওঁ 

মন্টু ভিচিদি চৰাইবাহী মেধিগাওঁ মৰিগাওঁ


(28-07-17) 23:20 PM
like 421
এই সময়তুত তুমালৈ বৰকৈ মনত পৰে জাঁন । তুমি সচাকৈ মোৰ বৰ মৰমৰ অ । তুমাৰ অবিহনে মোৰ জে সকলো অসাৰ

like Like |spamReport


Site: Prv.Next.Last..1.2.3.4.5.6..7

Online:
Home | Back | Terms | DMCA | Top^

Hindi Movie
Download Android App for Free
IMO  Phone  Vidmate  more