Bookmark now @ Mp3Plus.in
SpicySong.Com (High Speed Download)
A to Z Assamese Mp3 Songs

Share your messege & No Spam!

*Note : Please post only Message and SMS in Assamese language.And don't post any contact information, like phone number, Email etc.
Your Name:

Messege:

*By clicking "Submit" bottom you will agree with our terms & condition

মন্টু বৰদলৈ 

মন্টু বৰদলৈ


(28-07-17) 23:13 PM
like 343
জাঁন আজি কিনকিনিয়া বৰষুন জাকত গোতেই বাটটো আহোতে ভিজিলো অ । তুমি চাগে বৰচিন্তা কৰি আছা মোৰ জ্বৰHoiBULI

like Like |spamReport


SUCHIL CHANDRA RAY 

SUCHIL CHANDRA RAY


(26-07-17) 14:39 PM
like 268
hi

like Like |spamReport


Nur Amin 

Nur Amin


(20-07-17) 12:43 PM
like 307
##নুৰ আমিন##৯৬১৩১২৫৬৮০

এবাৰ ছোৱালী এজনী আৰু লৰা এটাৰ ব্ৰেক- আপ হল ৷ ইজনে সিজনক বহুতো ভাল পাইছিল, কিন্তু ভুল বুজাবুজি বাবে সিহতৰ সমন্ধ অন্ত পৰিছিল ৷ কিন্তু ঘটনাক্ৰমে দুয়ো এদিন এটা ডাঙৰ কোম্পেনীৰ ইন্টাৰভিউ দিবলৈ গৈ লগা লগি হল ৷ খা- খবৰ সুধি ছোৱালী জনীয়ে কলে --- ছোৱালী : শুনিছো, তোমাৰ নতুন গাৰ্ল ফেৰ্ন্ড জনী বুলে বহুত ধুনীয়া ৷ লৰা: লগৰবোৰে তেনেকৈ কয় ৷ ( কিন্তু তোমাতকৈ ধুনীয়া নহয়) ছোৱালী ; তাই বোলে বহুত ডাঙৰ কোম্পেনীত চাকৰি কৰে ? লৰা : হয় ৷ বহুত দৰমহা পায় ৷ ( কিন্তু তাই মোক তোমাৰ দৰে মৰম দিব নোৱাৰে) ছোৱালী : মনে মিলা ছোৱালী পাই গলা যেতিয়া, বিয়া কেতিয়া পাতিবা ? ( তুমি যাৰ লগতে নাথাকা, মই তোমাক সদায় ভাল পাই থাকিম) লৰা; পাতিলে জনাম দিয়া ৷ ( মিছাকে কৈছো ৷ প্লিজ নাকান্দিবা ) ছোৱালী : শুভেচ্ছা জনালো ৷ ভাল দৰে থাকিবা ৷ ( তোমাৰ সুখেই, মোৰ সুখ) ছোৱালী জনীৰ চকু চলচলিয়া হৈ গল ৷ যেনতেনে চকুলো সামৰি বিদায় লৈ যাব লওঁতে লৰাটোৰ হাতত ৰুমালেৰে মেৰিয়াই থোৱা দেখি কলে -- ছোৱালী : কি হল হাতত ? লৰা : তোমাক এটা কথা কোৱা হোৱাই নাই… …… আমাৰ ব্ৰেক-আপ হল ৷ ছোৱালী : কিয় ? আকৌ নতুন কৰোবাক লগ পালা নেকি ? লৰা ; সিদিনা তাই মোক টেটু কৰি তাইৰ নামতো মোৰ হাতত লিখি লবলৈ কৈছিল ৷ মইও তাইৰ কথা মতে আৰ্টিছৰ ওচৰলৈ গলো ৷ কিন্তু কিয় নাজানো, যেতিয়া আৰ্টিছজনে গাৰ্ল ফেৰ্ন্দৰ নামতো সুধে, তেতিয়া মই তোমাৰ নামটো কৈ দিলো আৰু তোমাৰ নামতো মোৰ হাতত লিখা হৈ আছে ৷ ছোৱালী জনীৰ চকু পানী উলাই আহিল ৷ তাই লৰাটোক সাৱতি ধৰি কান্দি কান্দি কলে -- ছোৱালী : তুমি মোক ইমান ভাল পোৱা ? লৰা : বহুত বহুত ভাল পাও ৷ ছোৱালী ; আই লাভ ইউ বান্দৰ ৷ লৰা : আই লাভ ইউ টু কান্দুৰী ৷ কান্দোনৰ মাজতে হাঁহিৰ খলকনি উঠিল ৷ ☞ প্ৰেম এক স্বৰ্গীয় অনুভূতি ৷ প্ৰেম সচা হলে দুটা শৰীৰত এটা আত্মা থকা যেন হয় ৷ ভুল বুজা বুজি হোৱাতো স্বাভাৱিক ৷ এইবোৰ বাধা আতৰাই আগুৱাই যোৱাতো সচা প্ৰেমৰ লক্ষণ ৷ কেনে লাগিল জনাব..

like Like |spamReport


Nur Amin 

Nur Amin


(20-07-17) 12:40 PM
like 347
একে ক্লাছতে পঢ়া এহাল প্ৰেমিক প্ৰেমিকা । প্ৰেমত ইমানেই মজিলে যে , পঢ়াশুনাৰ ফালে পিঠি দিলে । দিনে ৰাতিয়ে কেৱল প্ৰেম মাথো প্ৰেম । ক্লাছত প্ৰেম , কেণ্টিনত প্ৰেম আনহে নালাগে ৰাতি এপৰৰলৈকে মোবাইলতো প্ৰেম । , ফলাফল , দুয়োটাই পৰীক্ষাত গেঠেলা মাৰিলে । , লাজ চৰমক জলাঞ্জলি দি , দুয়োটাই ৰিজাল্ট দিয়াখনো ৰাতি ফোনত কথা পাতিছে । , প্ৰেমিকা = জানা জান । দেউতাই কৈছে মোৰ আৰু পঢ়াশুনা বন্ধ । ৰিক্সাৱালা এটা পালেও মোক হেনু বিয়া দি দিব । , , প্ৰেমিক = ভালেই হ'ল দেহা !! মোকো দেউতাই আৰু পঢ়াশুনা কৰিবলে আৰু নিদিয়ে । ৰিক্সা এখন হে বোলে কিনি দিব । তাকে চলাব লাগিব । সঁচাকৈযে ভগবানে আমাক এক কৰিহে এৰিব ....নুৰ আমিন_৯৬‍১৩১২৫৬৮০

like Like |spamReport


Nur Amin 

Nur Amin


(16-07-17) 14:28 PM
like 336
যিদিনা তুমি মোক কৈছিলা I Hate U.. সেইদিনা পৰা তোমাক আৰু বেছি ভালপাবলৈ শিকিছো। কিয়নো সেইদিনা পৰাই টো জানিব পাৰিলো, মোৰ বাবে কিছু অনুভূতি তো তোমাৰ মনৰ মাজত আছে। হওঁক সেই অনুভুতি in the negative sense. তথাপিও কিবা এটা টো আছে। সেয়েটো মই বাৰবাৰ আহি ঘুৰি তোমাৰ আগেদি। এই ছোৱালী মই যে অইন কাৰো হ'ব পৰা নাই তোমাৰ বাদে। মই তোমাকেই ভালপাই যাম, তুমিও ভালপাবা হয়তো কোনোবাজনক। কিন্তু তাতে কি __?? মোৰ ভালপোৱা মাথো তোমাকেই দিম চিৰদিন,চিৰকাল ...

like Like |spamReport


rahul 

rahul


(15-07-17) 08:19 AM
like 518
SPAM message blocked!

like Like |spamReport


moina 

moina


(08-07-17) 00:10 AM
like 478
Good nyt

like Like |spamReport


Ankur das r 

Ankur das r


(30-06-17) 19:05 PM
like 376
I miss you all

like Like |spamReport


pompi bora nagaon 

pompi bora nagaon


(27-06-17) 22:46 PM
like 406
True love story
আজি তাৰ বাৰ্থডে ........
ৰাতিপুৱাই তাক তাৰ কলিজা জনীয়ে শুভেচ্ছা যাচিলে
------হেপ্পী বাৰ্থডে জানু.....
-------- ঠেংক্স দেই ......
.
----পাৰ্টি লাগিব মোক আজি , ক'ত লগ হম কোৱা
----তুমি কোৱা ,
.
---ঠিক আছে , পিজ্জা হাট ১০ বজাত ,
----অ'কে ...
কিছুদিন ধৰি সাঁচি ৰখা পইচা কেইটা সি জুখি চালে ,ঠিকেই আছে , তাহঁত দুয়োটায়ে আজি যাব পাৰিব পিজ্জা হাট .........
জন্মদিন বুলিয়ে সি সাঁচিছিল পইচা কেইটা ,সি জানিছিল তাই তাক পাৰ্টি দিয়াৰ কথা ক'ব আৰু সি হঠাতে পইচা যোগাৰ কৰিব নোৱাৰিবও পাৰে ........
দেউতাকৰ সামান্য উপাৰ্জনেৰে হাত খৰছৰ বাবে তাক দিয়া টকা কেইটা আজিৰ দিনত তেনেই নগণ্য ......
.
তাৰোপৰি এজনী ছোৱালীৰ লগত যাব , যেতিয়া ,আত্মসন্মান বোলাবস্তু এটাও আছে যিহেতু ....
.
সি তাইক ভাল পায় , পাগলৰ দৰে ভাল পায় , সি নাজানে তাই তাক তেনেদৰে ভাল পায় নে নাপায় , টাইম পাছ হে কৰি আছে যদিও নাজানে , কোনো দিনে সুধা নাই সি এই বিষয়ে , ভয় লাগে , কিজানি তাই বেয়া পায় , ভুল বুজে .....ছোৱালী মানুহৰ মন........
.
নিৰ্দিষ্ট সময়ত সি পিজ্জা হাট পালেহি , ইতিমধ্যে তাই আগৰে পৰা তাত ৰৈ আছিল ...
.
কথা-বাৰ্তা , ইটোসিটো পাতি সি খোৱাৰ অৰ্ডাৰ দিব দিলে ....
-----অলপ সময় ৰোৱা মোৰ বান্ধৱী কেইজনীমান আহি আছে , তোমাৰ বাৰ্থডে বুলি গম পাই পাৰ্টি দিয়া বুলি জানি তাহঁতো আহিম বুলি ক'লে , মই মাতি দিলোঁ , ভাল লাগিব , তামাম এনজয় কৰিম বেবী আজি.........
.
তাৰ বুকুখন ধান-বনাদি বানিবলৈ ধৰিলে , কি কৰিব এতিয়া সি , ইমান পইচা তাৰ হাতত নাই , কি বা অৰ্ডাৰ কৰে সিহঁতে , কেনেকৈ বিল দিব সি অতখিনি ..........
.
মুখ খন শেঁতা হৈ আহিল , বুকুখন যে বিষাবলৈ ধৰিছে ....কি কৰিব এতিয়া সি , কেনেকৈ কয় তাইক এই কথাটো ............
.
অলপ সময়ৰ পাছতেই তাইৰ লগৰ চাৰি জনী ছোৱালী আহি পালেহি , চাৰি জনী দেখি তাৰ আৰু ভয় লাগিবলৈ ধৰিলে .......তাই তাহঁতক চিনাকি কৰাই দিলে আৰু অলপ পাছতে তাহঁতে খোৱা অৰ্ডাৰ কৰিলে ......
.
অৰ্ডাৰবোৰ দেখি তাৰ মাথা ঘূৰাই যাব ধৰিলে .....
তাৰ মাজতে তাই কৈ উঠিল .....
--------হেপ্পী বাৰ্থডে দীপাংকৰ ,এই সুন্দৰ পাৰ্টি তোমাৰ নামত .....
লগৰ কেইজনীয়ে তাক বাৰ্থডে শুভেচ্ছা দিলে .........
তাৰ মূৰত একো সোমোৱা নাছিল , কি কৰিব সি , ইমান ডাঙৰ অপমান এটা আজি জন্মদিনৰ দিনাই কেনেকৈ সহ্য কৰে সি ........

like Like |spamReport


jayanta raja 

jayanta raja


(27-06-17) 22:39 PM
like 343
দিবলৈ হলে দান, লবলৈ হলে জ্ঞান আৰু ত্যাগ কৰিবলৈ হলে অহংকাৰ সৰ্বশ্ৰেষ্ঠ হয় ।

like Like |spamReport


Hiranyajit Moran 

Hiranyajit Moran


(19-06-17) 02:13 AM
like 375
I Love You

like Like |spamReport


bora 

bora


(28-05-17) 11:06 AM
like 779
All

like Like |spamReport


Elias khan 

Elias khan


(28-05-17) 00:13 AM
like 484
RamZan MubaRak

like Like |spamReport


Kabyajit Sonowal 

Kabyajit Sonowal


(26-05-17) 21:36 PM
like 526
anok hingkha nkoribo adin apunaru hobo....

like Like |spamReport


Rajash 

Rajash


(14-05-17) 22:07 PM
like 619
Thankyou

like Like |spamReport


Pran 

Pran


(27-04-17) 20:32 PM
like 891
"মহামানৱৰ মহানুভৱ"


১/ কেতিয়াবা ৰিক্সাত গৈ ভাৰা কিমান হ‘ল বুলি সোধাত ৰিক্সাচালক জনে ২০ টকা বুলি কোৱাত ১৫ টকাহে দিম বুলি কোৱাৰ সলনি ২০ টকাটো দিয়াৰ উপৰিও ২/৪ টকা অতিৰিক্তকৈ দি চাবচোন, আপোনি যি সন্তুষ্টি পাব সেয়া আন কোনেও উপলব্ধি কৰিব নোৱাৰিব ।

২/ প্ৰত্যেক বছৰেই ঠান্ডা আহিলে নতুন চুৱেটাৰ বা জেকেট কিনাৰ দিনা চাৰি বছৰ আগতে কিনা অথচ এতিয়া পিন্ধিবলৈ মন নোযোৱা গৰম কাপোৰ এটা-দুটা ঠান্ডাত ৰাস্তাৰ কাষৰ জীৱন কটোৱা মানুহ এজনক দি চাবচোন ।

৩/ মন্দিৰত ভগবানৰ মুৰ্তিক গাখীৰ খুৱাবলৈ চেষ্টা কৰাতকৈ সেইখিনি বাহিৰত বহি থকা তিনি চাৰি দিন ধৰি এসাঁজ খাৱলৈ নাপাই ভোকত কলমতিয়াই থকাজনক দি চাবচোন । আপোনাক ভগৱানে চকু মেলি চাব ।

৪/ আপোন জনৰ কাৰণে হোটেলৰ পৰা মিঠাইৰ টোপোলাটোৰ লগত আৰু দুটামান টোপোলা লৈ হাতত এটা মোনা লৈ প্লাষ্টিকৰ বটল বুটলি ফুৰা কনমাণি কেইটাক দি চাবচোন ।

৫/ নাইট চুপাৰত অহা যোৱা কৰোতে জখলাবন্ধাত ৰঁওতে হোটেলৰ আলপৈচান ধৰা ল'ৰাজনক(বা তেনেকুৱা জাতীয় ঠাইত) টকা ২০টা গুঁজি কিবা এটা খাবা বুলি কৈ চাবচোন ।

৬/ ঐ ৰিক্সা বুলি মতা দেউতা বয়সীয়া ব্যক্তি জনক খুড়া/ বৰ দেউতা বুলি সম্বোধন কৰি ঘৰ ক'ত(পৰিচয়) কেতিয়াবা সুধি চাবচোন ।

৭/ হোটেলত আপোনাক গৰম চাহকন আনি দিয়া ল'ৰাটোক পোৱালি বুলি মতাৰ সলনি তাৰ নামতো কি এবাৰ সুধিব চোন ।

৮/ ঘৰলৈ অহা মগনীয়া গৰাকীক চাউল কেইটা দিয়াৰ উপৰি একাপ চাহ বা এগিলাছ পানী দি চাবচোন ।

মানুহৰ জীৱনটো বৰ দীঘলীয়া নহয় । "মই বৰ" ভাববোৰ এৰি সকলোৰে লগত একে হৈ চলি চাবচোন । যিমান সুখ পোৱা যায় সেই সুখ পৃথিবীৰ বেলেগ কতো পোৱা নাযায় ।

কিবা ভুল হলে ক্ষমা কৰিব ।

(সংগ্ৰহ)

like Like |spamReport


Elias khan 

Elias khan


(22-04-17) 14:49 PM
like 544
Edin Tumi Nijeo
Bujiba Moi Kiman Bhalpao Tumak

like Like |spamReport


SAFIQUL AHMED  

SAFIQUL AHMED


(17-04-17) 01:47 AM
like 564
কিনো দিম প্রতিদান তোমালোকর মরমর কি ভাবে করিম মই এই মরমর বর্ণনা এয়ে শেই মরমর স্মৃতি রচনা। স্মৃতির বন্তি গছ জ্বলি জ্বলি সেহ হৈ গৈছে, তথাপিও কারোবার চকুত জীয়াই আছে তোমালোকর সেই সুন্দর চকুজুরী, আছে বাট চাই জীবনর ভরসাক লৈ॥

like Like |spamReport


monmohan hazarika 

monmohan hazarika


(16-04-17) 00:45 AM
like 590
happy bohag bibhu

like Like |spamReport


Elias khan+H 

Elias khan+H


(11-04-17) 13:49 PM
like 689
মনৰ দুখবোৰ আজি মনতে ৰৈ গল । নুবুজিলা তুমি, মই তোমাক বহুত বহুত ভালপাওঁ তুমি অলপ চিন্তা কৰা মই কিমান কৰিছোঁ তোমাৰ কাৰণে । তুমি যি কৈছা তাকে কৰিছো মই । অৱশেষত তুমি ইমানে দুখ দিলা আপোমান কৰিলা মোৰ সকলোবৰ এৰিব লগা হল । কিন্তু তোমাক এৰিব নোৱাৰিলোঁ মই সেই কাৰণে আজি মই ঘৰৰ পৰা বহুত দূৰত । মই আশা কৰোঁ তুমি মোৰ কাষত আহিবা বুলি । তুমি মোৰ অবিহনে সুখী হব পাৰিবা জানো । মোৰ নিচিনা তোমাক কোনোবাই ভালপাব নেকি । তুমি সুখী হব নোৱাৰিবা মইতো আগৰ পৰাই দুখী ।

like Like |spamReport


Site: Prv.Next.Last..1.2.3.4.5.6..7

Online:
Home | Back | Terms | DMCA | Top^

Hindi Movie
Download Android App for Free
Vidmate  New Apps  Teen Patti  more