Bookmark now @ Mp3Plus.in
SpicySong.Com (High Speed Download)
Please Visit & Subscribe Our YouTube Chanel

Share your messege & No Spam!

*Note : Please post only Message and SMS in Assamese language.And don't post any contact information, like phone number, Email etc.
Your Name:

Messege:

*By clicking "Submit" bottom you will agree with our terms & condition

মৃদুপৱন হাতীবৰুৱা 

মৃদুপৱন হাতীবৰুৱা


(07-10-16) 21:50 PM
like 520
▶মোৰ আত্মাই লব তোমাৰ খবৰ◀
জীয়াই থাকো মানে মই তোমাৰ খবৰ লম।
শেষ হৈ যোৱা পয্যন্ত,
সূখ দুখৰ লগৰী হিচাপে সমভাগি হৈ ৰম আজিৱন সংগত দিৰ্ঘ প্ৰতিশ্ৰুতি,তোমাৰ বাতৰি।
যদি মই হেৰাই যাও
বা মৰিও যাও,মোৰ আত্মাই লব তোমাৰ খবৰ ।
কেনে আছা সোন !
কেনে আছা নিজম নিতাল ঘুপ মৰা গধূৰ অমানিশাবোৰ'সতে ।
দুখ নকৰিবা অনুভৱ হৈ কেতিয়াবা উৰা মাৰি আহি তোমাৰ কাষতে ৰমহি এটি অজান বাটৰ পখী হৈ।
তোমাৰ কাষলৈ এটি মিঠা সপোন হৈ ভাহি আহিম !
কাষত সাখি হৈ ৰম ।
মাখি হৈ পৰিম তোমাৰ দুগালত।
তাতে তুমি পাবা মোক।
মোৰ ঠিকনা মোৰ ভালপোৱা মোৰ পৰিচয়।
"অঘৰী আত্মা" তোমাৰ মৰম ভালপোৱাই সোৱৰি ৰাখিব সদাই,তুমি মাথো মনত পেলাবা অনুভব কৰিবা।
মই কোন তোমাৰ।
মই তোমাৰ মৰমৰ সপোন
যুগ যুগান্তৰকৰ আদি অনাদি কালৰ সংগী ।

like Like |spamReport


মোৰ নাম Mridupabon H 

মোৰ নাম Mridupabon H


(07-10-16) 21:43 PM
like 776
বন্ধুত্ব কেইজনে বুজে বন্ধুত্বৰ প্ৰকৃত সচাঁ অৰ্থ ?তোমাৰ যদি জীৱনত মা-দেউতাৰ যিমান প্ৰয়োজন হয়টো সিমানেই প্ৰয়োজন হয় এজন অন্তৰংগ বন্ধুৰো

like Like |spamReport


G.B 

G.B


(27-09-16) 22:23 PM
like 699
যদি মন দিব নোৱাৰা মন নেভাঙিবা কথা ৰাখিব নোৱাৰিলে কথা নিদিবা,কাষত ৰাখিব নোৱাৰিলে দূৰলৈ ঠেলি নিদিবা যদি সম্পর্ক ৰাখিব নোৱাৰা অভিনয় নকৰিবা

like Like |spamReport


G.B 

G.B


(27-09-16) 22:12 PM
like 393
কেতিয়াও নাকান্দিবা সেইজনৰ বাবে যিজনে চকুৰপানীৰ মূল্য বুজি নাপায়....

like Like |spamReport


Aŋaŋɖa Gơɠơı (Mąıŋą) 

Aŋaŋɖa Gơɠơı (Mąıŋą)


(23-09-16) 23:15 PM
like 498
চকুৰ পৰা চকুৰ পানী পৰিলেও,
সুন্দৰ সপোন সজাই থাকো..
মনৰ ভিতৰত যিমানেই দুখ থাকিলেও, সদায় হাহি মাতি ফুৰো.. জুপুৰিত বাস কৰিলেও, সচা গুণ সজাই থাকো.. ধনৰ দুখীয়া হলেও, মনৰ ধনী হবলৈ চেষ্টা কৰো..!! যিমানেই দুখ পালেও সুখী হয় আগুয়াই যাব বিচাৰো..!! হাহিৰে জীৱন কটাবলৈ......

like Like |spamReport


চুৰজ 

চুৰজ


(21-09-16) 23:47 PM
like 457
জিয়াই থাকিবলৈ হলে???
কিহৰ প্ৰয়োজন বুলি ভাবে বাৰু??????
মোৰ মতে দিন,ৰাতি,তেল,চাকি,বতাহ,বৰষুন,পুহৰ,উত্তাপ, আৰু কি লাগে ভাই?????
ইমান খিনিতে সকলো সন্তুস্তি থাকিলেই ভাল হবনেকি তাত থাকি আৰু কি লাগেনু !!!!!!

like Like |spamReport


জি.বি 

জি.বি


(08-09-16) 09:54 AM
like 432
আজিকালি বন্দ্ধুয়ে কয় DOSTতুমি জান বিচাৰিলে দিবলৈ ৰাজি আছোঁ কিন্তু আজিকালি নিজৰ পত্নীকো জান বুলি কয় যদি তাক বিচাৰো দিবলে কিয় অমান্তী হয়

like Like |spamReport


Gautam 

Gautam


(22-08-16) 11:43 AM
like 420
তোমাৰ কাৰনে মই দুখৰ সাগৰত ভাঁহি যাম,সাগৰৰ গভীৰতাত ডুবি যাম,মৃত্যুৰ কাৰনে ফাঁচিৰ প্ৰয়োজন নাই তোমাৰ হৃদয়ৰ পৰা উলিয়াই দিলে এনেয়ে মই মৰি যাম ।

like Like |spamReport


Gautam 

Gautam


(21-08-16) 10:03 AM
like 464
তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লাগে, তেনেহলে মই ৰাজি আছোঁ কিন্ত পাহৰিব হয়তো কোনো দিনেই নোৱাৰিম কিন্ত পাহৰি যোৱাৰ অভিনয় কৰিব পাৰিম ঠিকেই ।

like Like |spamReport


গৌতম 

গৌতম


(18-08-16) 21:14 PM
like 587
টকা পইচাৰ অভাবত বহুতোকে পঢ়াশুনা এৰি দিয়া দেখিলো কিন্ত মদ,ভাং,বিৰি,চিগাৰেট এৰি দিয়া আজিলৈকে কাকো নেদেখিলো।

like Like |spamReport


Gautam Barman R.pur 

Gautam Barman R.pur


(18-08-16) 09:41 AM
like 530
তুমি কাৰোবাবে নিজকে সলনি নকৰা কিন্ত তুমি নিজে সলনি হবা যেতিয়া কাৰোবাৰ চিন্তাত পৰিবা ।

like Like |spamReport


সমীৰ বৰগোঁহাই হেলেম 

সমীৰ বৰগোঁহাই হেলেম


(10-08-16) 11:18 AM
like 423
সেউজ ৰঙীন পৰভাতী পোৱাৰ স্পশত যেন জিপাল সেই ৰঙীন সপোনবোৰ পতিটো দিনে সপোনবোৰক নিচুকায যায আশাৰ ৰেঙণী হৈ

like Like |spamReport


Bitu 

Bitu


(24-07-16) 12:37 PM
like 442
জান জুৰি শুকাই গ'লে নৈ জানো ব'ব,মিচকল নামাৰিলে মৰম জানো ব'ব,হাতত যদি মবাইল আছে মেছেজ পহি চাবা মোলৈ যদি মৰভ আছে মেছেজ এটা দিবা।

like Like |spamReport


Hiranyajit Moran 

Hiranyajit Moran


(11-07-16) 01:50 AM
like 463
মবাইলটো ললেই চেৰেংকৈ মনত পৰে তোমালৈ ....তোমাক লৈয়ে মোৰ এই মেছেজ....জানা তোমাক মই কাৰোৱে লগত তুলনা নকৰো.... তুমি মোৰ এই জীৱনৰ প্ৰথম ভালপোৱাৰে পৰা মৃত্যুৰ শেষ মূহুৰ্ত্তলৈকে হিয়াধুনি বৈ যাব খোজা এসূতা তেজ.........

like Like |spamReport


Hiranyajit Moran 

Hiranyajit Moran


(11-07-16) 01:49 AM
like 462
তুমি হাঁহিলেও প্ৰকৃতিয়ে নাহাহে কিজানিবা লাজ পায় তোমাৰ তুলনাত ....

like Like |spamReport


Elias Khan  

Elias Khan


(02-07-16) 20:57 PM
like 588
ঈদ মানে হাসি, ঈদ মানে আশা। ঈদ মানে তোমার প্রতি আমার ভালোবাসা। ঈদ মানে দুর আকাশে মিষ্টি চাঁদের হাসি। ঈদ মানে সুখ সাগরে সবাই মিলে ভাসি। ঈদ মোবারক ।

like Like |spamReport


Dhanmonjit Rayy 

Dhanmonjit Rayy


(22-06-16) 01:12 AM
like 577
Ratir Akaxot Kiman Tora .Adin Moi Khir Kir Kahxot Akaxkhn Sai Sai Xui Golo. Kio Tumi Xopunor Logot Cinaki Korila Xopun Bor Xekh Howar Pichoto Aji Anubhob Korisu Birohr Bedona Gd Nght

like Like |spamReport


Mainul (Babu) 

Mainul (Babu)


(13-06-16) 13:54 PM
like 581
নৈ খনৰ ইটো পাৰে মই ৰৈ
আছিলো কাৰোবাৰ অপেক্ষ্যাত
পলকতে বাঢ়ি অহা পানীৰ
কোৱাল সোঁতে
উটুৱাই লৈ গল
মোৰ ভাবনাৰ আবৰ্জনা বোৰ
এবাৰ ৰৈ যোৱা
কাৰোবাৰ অচিনাকি ঘাটত
ৰদৰ তাপ আৰু পোহৰত
জিক্ মিকাই থকা
বালিৰ মাজে মাজে বিচাৰি যাম
ৰৈ যোৱা অচিনাকী ঘাটলৈ
মোৰ ভাবনাৰ আবৰ্জনা বোৰ ।

like Like |spamReport


Tarikul islam 

Tarikul islam


(07-06-16) 23:40 PM
like 528
তুমি হাহিলে আকাশৰ জোনটি এ পোহৰ দিয়ে

like Like |spamReport


pranay.8876679657 

pranay.8876679657


(17-03-16) 08:39 AM
like 607
প্রেম করা নাযায় , প্রেম হৈ যায়, কব নোরারাকৈ, প্রেম,বা ভালপোরা এবারেই হয়, যাক জীরন গলেও পাহরিব নোরারি, যাক এরি,পাহরি,আতরি থাকিব নোরারী যি মরার পাছটো অমর যি সুখে দুখে সদায় ওরে জীবন লগত সহারি দিয়ে, যি কেতিয়াও বিশ্বাসঘাটক নকরে, যি ধনর মোহ গৈ দুখীয়া বুলি অকলশরী নকরে... সেয়াই সচাঁ ভালপোরা, ভালপোরা বা প্রেম হবলে বহুত সময় নালাগে কারোবার এপলক চাউনীয়েই যথেস্ট.....এটা মুহোর্তই যথেস্ট...

like Like |spamReport


Site: Prv.Next.Last..1.2.3.4.5.6

Online:
Home | Back | Terms | DMCA | Top^

Download Bollywood full movie for free
Download Android App for Free
Phone  Android Games  Teen Patti  more